assimilationassist

Assiringia Duar (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-23
1. Place(Proper Noun-Neuter) A place in Sibsagar district of assam bordering Nagaland; It is an entrance to Nagaland. অসম আৰু নাগালেণ্ডৰ মাজত অহা-যোৱাৰ বাবে কেইবাখনো দুৱাৰ আছিল আৰু আজিও আছে৷ এইবোৰৰ নাম চাৰিঙীয়া দুৱাৰ, হাতীগড়ীয়া দুৱাৰ ইত্যাদি৷ এই দুৱাৰ আৰু খাটবোৰৰ জৰিয়তে, অসমীয়া আৰু নগাৰ মাজত, বিনিময় প্ৰথাত বেপাৰ-বাণিজ্য চলিছিল আৰু এনেকৈয়ে অসমীয়া ভাষাটো নগাৰ মাজত উমৈহতীয়া ভাষাত পৰিণত হৈছিল৷ চাৰিং দুৱাৰ নহয়, হ`ব লাগে `আচিৰিঙীয়া দুৱাৰ` ৷ আছিৰিঙিয়া দুৱাৰখন বৰ্তমানৰ `ছেৰিং` গাঁৱত অৱস্থিত বাবে বহুতে চাৰিঙীয়া বোলে ৷ নামনিৰ ছেৰিং গাঁৱৰ পৰা নকপুহৈ আছিৰিং গাঁৱৰ লৈকে পথটোৰ নিৰ্মাণ গদাধৰ সিংহই কৰোৱায়ছিল